सदस्य:Md Askar Ali

मुक्त ज्ञानकोश विकिपीडिया से
নাম আস্কৰ আলী । ঘৰ তেজপুৰ জিলাৰ পাঁচমাইলত । বৰ্তমান মই তেজপুৰ মহাবিদ্যালয়ৰ কলা বিভাগৰ ছাত্ৰ। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও।


আস্কৰ আলী ।

নাম আস্কৰ আলী জন্ম দিন ১৯৯৮ ২৬ নবেম্বৰ । জন্ম স্থান তেজপুৰ। তেজুপৰ মহাবিদ্যালয়ৰ কলা বিভাগৰ ছাত্ৰ। মহাবিদ্যালয় - তেজপুৰ মহাবিদ্যালয় যোগাযোগ ই-মেইল askar.geoil@gmail.com


১৯৯৮ চনৰ ২৬ নবেম্বৰ তাৰিখে তেজপুৰত মোৰ জন্ম হৈছিল। তাৰ পিছত মই তেজপুৰৰ দোলাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। আজৰি সময়ত মই কিতাপ পঢ়ি আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সংস্কৃতি, জীৱবিজ্ঞান, ইতিহাস, ধৰ্ম, কলা, সংগীত, যোৰতিৰ্বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানত মোৰ ৰাপ আছে। পৰিয়াল আমাৰ পৰিয়ালত মা, দেউতা ডাঙৰ দুজন ককায়েক মই আৰু মোৰ এজনী ভন্টি আছে। শিক্ষা মই দোলাবাৰী প্ৰথমিক বিদ্যালয়ত প্ৰথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত পাচঁমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰোঁ। বৰ্তমান মই তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ।


Rhino logo Assam1.png This user comes from Assam. এই সদস্যজন অসমৰ। Assamese Jaapi.png “জয় আই অসম” এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে। Wikipedia:Babel as এই সদস্যজন থলুৱা অসমীয়া ভাষী।